ক’ভিড-১৯ : আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত
সমগ্ৰ বিশ্বজুৰি ক’ভিড-১৯ –ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি জটিল হৈ পৰিছে। ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰেও অতি নিষ্ঠাৰে সবল স্থিতি গ্ৰহণ কৰিছে। এই জটিল পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি সকলোৱে আমাৰ সাধ্যানুসাৰে সহায়ৰ হাত আগবঢ়াব পাৰো। পিএম কেয়াৰ্চ, মুখ্যমন্ত্ৰী সাহায্য পুঁজি আৰু অসম আৰোগ্য নিধিৰ জৰিয়তে সকলোৱে এই যুঁজৰ বাবে অনুদান আগবঢ়াব পাৰে ।
চৰকাৰলৈ বৰঙণি আগবঢ়াবৰ বাবে একাউন্টৰ সবিশেষ তথ্যসমূহ তলত উল্লেখ কৰা হ’ল –
পিএম কেয়াৰ্চ পুঁজি (ভাৰত চৰকাৰ)
একাউন্টৰ নাম : PM CARES
একাউন্ট নম্বৰ : 2121PM20202
IFSC Code : SBIN0000691
SWIFT Code : SBININBB104
বেংকৰ নাম আৰু শাখা : State Bank of India, New Delhi Main Branch
UPI ID : pmcares@sbi
ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইন্টাৰনেট বেংকিং, ইউপিআই (BHIM, PhonePe, Amazon Pay, Google Pay, PayTM, Mobikwik আদি), RTGS/NEFT-ৰ জৰিয়তেও বৰঙণি আগবঢ়োৱাৰ সুবিধা উপলব্ধ।
এই পুঁজিলৈ আপোনাৰ অনুদান আগবঢ়াব পাৰে এই লিংকযোগে
মুখ্যমন্ত্ৰী সাহায্য পুঁজি (অসম চৰকাৰ)
একাউন্ট নাম : Chief Minister’s Relief fund Assam
একাউন্ট নম্বৰ : 35969660230
IFSC Code : SBIN0010755
বেংকৰ নাম আৰু শাখা : State Bank of India, Secretariat Branch
PAN : AAATC4667K
UPI: cmrfassam@sbi
ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু ইন্টাৰনেট বেংকিঙৰ জৰিয়তেও সাহায্য আগবঢ়োৱাৰ সুবিধা উপলব্ধ
এই পুঁজিলৈ আপোনাৰ অনুদান আগবঢ়াব পাৰে এই লিংকযোগে
অসম আৰোগ্য নিধি (অসম চৰকাৰ)
একাউন্টৰ নাম : Assam Arogya Nidhi
একাউন্ট নম্বৰ : 32124810101
IFSC Code : SBIN0010755
বেংকৰ নাম আৰু শাখা : State Bank of India, Secretariat Branch
UPI: aancovid-19@sbi
এই পুঁজিলৈ আপোনাৰ অনুদান আগবঢ়াব পাৰে এই লিংকযোগে
ধাৰা 80(G)ৰ অধীনত এই পুঁজিসমূহলৈ আগবঢ়োৱা সাহায্য আয়্কৰ মুক্ত
Total Comments - 0